তিতি থকা ৰাস্তাত মই Internet ক ভৰসা কৰোঁ। লাহে লাহে Mobile ক Internet ত উচৰ্গা কৰোঁ। নিজকে বিলীন কৰি দিওঁ যেন Google তো বিচাৰি নাপাবা। ধীৰে ধীৰে জীৱনটো এতিয়া Facebook ত আৱদ্ধ কৰোঁ। অ' মোৰ মৰমৰ Facebook, তুমিয়েই মোৰ প্ৰেমিকা হোৱা যে।
https://in-assamesestatus.blogspot.com/2020/06/facebook-assamese-status.html














